অর্থনৈতিক নিৰাপত্তা

S
sohel5454

আসসালামু আলাইকুম সকলে কেমন আছেন আশাকরি সকলে ভালো আছেন আল্লাহপাকের রহমতে আমিও খুব ভালো আছি সামনে হাজির হলাম নতুন একটা পোস্ট নিয়ে আশাকরি সকলেই পড়বেন আর যত পুষ্টি ভালো লাগে থাকে অবশ্যই একটি লাইক দিবেন যদি আমার কোন ভুল ত্রুটি হয়ে থাকে কমেন্টে জানাবেন আর আজকে আমি কথা বলব অর্থ-সম্পত্তি

প্রত্যেক ব্যক্তিৰ প্রাথমিক আৰু সুনিশ্চিত আয়ক অর্থনৈতিক নিৰাপত্তা বুলি কোৱা হয়। কিন্তু সুনিশ্চিত বার্ষিক আয় পৃথিৱীৰ খুব কম ব্যক্তিৰ ক্ষেত্ৰতেই দেখা যায়। উন্নয়নশীল দেশসমূহত এই সমস্যা বেছি প্রকট। ৰাষ্ট্ৰৰ উন্নয়ন ৰাষ্ট্ৰখনৰ জনমূৰি আয়ৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীৰ অধিকাংশ ৰাষ্ট্ৰত নিবনুৱা সমস্যাই ব্যক্তিত্ব জীৱনত ভাবুকিৰ সৃষ্টি কৰি ব্যক্তিৰ নিৰাপত্তা বিঘ্নিত কৰিছে। সেয়েহে, প্রত্যেক ব্যক্তিৰ বাবে অতি আৱশ্যকীয় বস্তু ক্ৰয় কৰাৰ সামর্থ্য থাকিব লাগে আৰু এই সামর্থ্য এক সুনিশ্চিত আর্থিক উপার্জনেই প্ৰদান কৰিব পাৰে। গতিকে জনসাধাৰণৰ আৰ্থিক নিৰাপত্তাই, মানৱ নিৰাপত্তা প্ৰদান কৰিব পাৰিব আৰু মানৱ নিৰাপত্তাই সমগ্ৰ ৰাষ্ট্ৰৰ উন্নয়ন দ্রুতগামী কৰাত সহায় কৰিব পাৰিব। ৰাষ্ট্ৰসমূহৰ বৰ্দ্ধিত জনসংখ্যা আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিবনুৱা সমস্যা নৃ গোষ্ঠীয় হিংসা আৰু ৰাজনৈতিক উত্তেজনাৰ এক অন্যতম প্রধান কাৰক বুলি অভিহিত কৰা হয়।

 

 খাদ্যজনিত নিৰাপত্তা (Food Security) : সকলো লোকৰ সকলো সময়ৰ প্ৰাথমিক খাদ্য যোগাৰ কৰাৰ অৰ্থনৈতিক ক্ষমতাকে খাদ্য নিৰাপত্তা বুলি অভিহিত কৰা হয়। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক সমীক্ষা মতে, খাদ্যৰ সহজ লভ্যতা কোনো সমস্যা নহয়; কিন্তু খাদ্য সামগ্ৰীৰ উপযুক্ত বণ্টনৰ অভাৱ আৰু ক্ৰয় কৰাৰ অক্ষমতাই খাদ্য নিৰাপত্তা প্রদানত ব্যৰ্থ হৈছে। অর্থনৈতিক নিৰাপত্তাই খাদ্য নিরাপত্তা প্রদান কৰিব পাৰে।

স্বাস্থ্যজনিত নিৰাপত্তা (Health Security) : স্বাস্থ্যজনিত নিৰাপত্তাই জনসাধাৰণক ৰোগ-ব্যাধিৰ পৰা ন্যূনতম সুৰক্ষা প্ৰদান কৰাৰ উপৰি

আজ এই পর্যন্তই আবারও দেখা হবে নতুন কোন পোস্টে এসে পর্যন্ত সকলে ভালো থাকেন সুস্থ থাকেন আসসালামুয়ালাইকুম

Comments